মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

অংশীদাৰী কাৰ্যসূচী

অংশীদাৰী কাৰ্যসূচী

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে এন.চি.ই.আৰ.টি., এন.ইউ.ই.পি.এ., এন.চি.টি.ই., সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, ইউনিচেফ, টেছ-ভাৰত, ইন্টেল, কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়ৰ বিভাগ, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ সঞ্চালকালয়, অসম মাধ্যমিক শিক্ষা পৰিষদ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰে  অন্য সংগঠনৰ লগত শিক্ষক আৰু শিক্ষকৰ শিক্ষকৰ ক্ষমতা বৃদ্ধি আৰু বিদ্যালয়ৰ শিক্ষাৰ গুণগত মান উন্নয়নৰ কৰণে এক সংযোগ স্থাপন কৰিছে।

ইউনিচেফ অসমে ডায়েটৰ শিক্ষক প্ৰশিক্ষকৰ পেছাদাৰিত্ব বঢ়োৱা আৰু ব্যক্তিগত দক্ষতা আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ শৈক্ষিক ফেকাল্টিৰ শিক্ষক শিক্ষাৰ সংস্কাৰৰ অংশ হিচাপে দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ লগত ঘনিষ্ঠ ভাৱে কাম কৰিছে।

ডব্লিউডব্লিউএফ- ভাৰতে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু ডায়েটৰ ফেকাল্টিৰ মাজত বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষা আৰু স্থানীয়ভাৱে প্ৰাসংগিক বিষয়ৰ বিশ্লেষণ আৰু পাঠ্যক্ৰমৰ বিভিন্ন বিষয়ে বিশদ বিশ্লেষণ কৰাৰ লগত সম্পৰ্কিত ধাৰণাসমূহৰ মাধ্যমেৰে অৰিয়েণ্টেছন কাৰ্য্যসূচী/ কৰ্মশালাৰ পৰিচালনা কৰে।

অংশীদাৰী কাৰ্যসূচী