মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

পুৰস্কাৰ আৰু সাফল্যতা

  • পুৰস্কাৰ আৰু সাফল্যতা :

    এচ,চি,ই,আৰ,টিৰ সঞ্চালক ড০ নিৰদা দেৱীলৈ, অসম চৰকাৰৰ কৰ্মশ্ৰী পুৰস্কাৰ :

    অসম চৰকাৰৰ  শিক্ষা বিভাগৰ গুণোৎসৱ কাৰ্যসূচীত সক্ৰিয়ভাৱে অৱদান আগবঢ়োৱাৰ বাবে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সঞ্চালক ড নিৰদা দেৱীৰ লগতে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত-সচিব শ্ৰী প্ৰীতম শইকীয়া আৰু সৰ্বশিক্ষা অভিযান অসম আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, অসমৰ প্ৰকল্প সঞ্চালক অৰুণা ৰাজৰীয়াক অসম চৰকাৰে কৰ্মশ্ৰী পুৰস্কাৰ প্ৰদান কৰে ৷

     

       

    ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে CIET, NCERT, নতুন দিল্লীয়ে অনুষ্ঠিত কৰা 26h All India Childrens’ Educational Audio-Video Festivalত অংশগ্ৰহণ কৰে য'ত  ড নিৰদা দেৱী, সঞ্চালক, ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে  মাধ্যমিক পৰ্যায়ৰ Video শাখাত "World of Kahaar"  and "Rangsapara  শীৰ্ষক Video ৰ বাবে শ্ৰেষ্ঠ Video programme পুৰস্কাৰ লাভ কৰে ৷ 

     

    ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে CIET, NCERT, নতুন দিল্লীয়ে অনুষ্ঠিত কৰা 26th All India Childrens’ Educational Audio-Video Festivalত অংশগ্ৰহণ কৰে য'ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক  ৰুকচানা শইকীয়াই Preparatory পৰ্যায়ৰ Video শাখাত "Magh Bihu" শীৰ্ষক Video টোৰ বাবে  “Best Video Programme Award”  লাভ কৰে ৷ 

     

    ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে CIET, NCERT, নতুন দিল্লীয়ে অনুষ্ঠিত কৰা 25h All India Childrens’ Educational Audio-Video Festival আৰু ICT Melaত অংশগ্ৰহণ কৰে য'ত  ড নিৰদা দেৱী, সঞ্চালক, ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে  মাধ্যমিক পৰ্যায়ৰ Video শাখাত "And Barter goes on… শীৰ্ষক Video টোৰ বাবে শ্ৰেষ্ঠ Video পুৰস্কাৰ লাভ কৰে ৷ 

     

    ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে CIET, NCERT, নতুন দিল্লীয়ে অনুষ্ঠিত কৰা 25th All India Childrens’ Educational Audio-Video Festival আৰু ICT Mela ত অংশগ্ৰহণ কৰে য'ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক  ৰুকচানা শইকীয়াই মাধ্যমিক পৰ্যায়ৰ Video শাখাত "And Barter goes on…" শীৰ্ষক Video টোৰ বাবে  “Best Research Award”  লাভ কৰে ৷ 

     

    ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে CIET, NCERT, নতুন দিল্লীয়ে অনুষ্ঠিত কৰা 24th All India Childrens’ Educational Audio-Video Festival আৰু ICT Mela, 2020 ত অংশগ্ৰহণ কৰে য'ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে প্ৰস্তুত কৰা 2 টা Programme প্ৰদৰ্শিত হয় আৰু ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে  মাধ্যমিক পৰ্যায়ৰ Video শাখাত “An Eri Family” শীৰ্ষক Video টোৰ বাবে শ্ৰেষ্ঠ Video পুৰস্কাৰ লাভ কৰে ৷ সেই AICEAVF and ICT Mela, 2020 ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক  ৰুকচানা শইকীয়া আৰু পিয়ানু বৰুৱাই “Rabindranath Tagore”  শীৰ্ষক  interactive contentটোৰ বাবে শ্ৰেষ্ঠ Jury Appreciation  পুৰস্কাৰ লাভ কৰে ৷ 

     

    ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে CIET, NCERT, নতুন দিল্লীয়ে অনুষ্ঠিত কৰা 23rdAll India Childrens’ Educational Audio-Video Festival আৰু ICT Mela ত অংশগ্ৰহণ কৰে য'ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে প্ৰস্তুত কৰা ৩ টা Video প্ৰদৰ্শিত হয় আৰু ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে উচ্চ প্ৰাথমিক পৰ্যায়ৰ Video শাখাত “Making of Golden Thread” শীৰ্ষক Video টোৰ বাবে শ্ৰেষ্ঠ Video পুৰস্কাৰ লাভ কৰে ৷ সেই AICEAVF and ICT Mela 2019 ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক  ৰুকচানা শইকীয়া আৰু পিয়ানু বৰুৱাই “Talking to the Best Friend” Video টোৰ বাবে শ্ৰেষ্ঠ পাণ্ডুলিপি লেখকৰ পুৰস্কাৰ লাভ কৰে ৷ 

     

    CIET, NCERT নতুন দিল্লীয়ে ভূপালত অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পয্যায়ৰ 22ndAll India Childrens’ Educational Audio-Video Festival আৰু ICT Mela 2018 ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে প্ৰস্তুত কৰা চাৰিটা শৈক্ষিক Video প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছিল ৷

     

    e-prastuti শ্ৰেষ্ঠ মাষ্টাৰ ট্ৰেনাৰ পুৰস্কাৰ :

     

    ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক ৰুকচানা শইকীয়াই e-prastuti প্ৰকল্পৰ অধীনত Standardization of Website ৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা শ্ৰেষ্ঠ মাষ্টাৰ ট্ৰেনাৰৰ পুৰস্কাৰ লাভ কৰে ৷

    e-prastuti বাবে শ্ৰেষ্ঠ বিভাগৰ পুৰস্কাৰ লাভ :

    অসম চৰকাৰৰ e-prastuti প্ৰকল্প Standardization of Website ৰ বাবে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ আৰু ইয়াৰ অধীনৰ সঞ্চালকালয়সমূহে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা শ্ৰেষ্ঠ বিভাগৰ পুৰস্কাৰ লাভ কৰে ৷ এই প্ৰকল্পটোৰ বাবে প্ৰাথমিক শিক্ষা বিভাগত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক ৰুকচানা শইকীয়াই সমন্বয়কৰ দায়িত্ব পালন কৰিছিল ৷

    সাফল্য :

    ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক ৰুকচানা শইকীয়াই অসম চৰকাৰৰ IT বিভাগে e-prastuti প্ৰকল্প (Standardization of Website) ৰ বাবে বাবে প্ৰস্তুত কৰা মাষ্টাৰ ট্ৰেনাৰ চাৰ্টিফিকেট কৰ্ছত প্ৰথম স্থান লাভ কৰে আৰু মাননীয় মুখ্যসচিবৰ পৰা প্ৰমাণপত্ৰ লাভ কৰে ৷

    ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰিত্ৰাভিনয় প্ৰতিযোগিতাত পুৰস্কাৰ : নতুন দিল্লীস্থ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে আয়োজন কৰা আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰিত্ৰাভিনয় প্ৰতিযোগিতাত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ যোৰহাট চৌহদত থকা জনসংখ্যা শিক্ষা কোষৰ তত্বাৱধান আৰু সহযোগিতাত অসম দলে দুটা পুৰস্কাৰ আজুৰি আনিবলৈ সমৰ্থ হয় ৷