বিষয়বস্তু পৰিচালনা
অসম চৰকাৰৰ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ ৱেবছাইটটো অসম চৰকাৰৰ তথ্য প্রযুক্তি বিভাগৰ দ্বাৰা ডিজাইন আৰু প্ৰস্তুত কৰা হৈছে ৷
ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ ৱেবছাইটৰ তথ্য আৰু বিষয়সমূহ ৱেবছাইটৰ বিষয়বস্তু দায়িত্ব ম্যাট্রিক্সত থকা বিষয়বস্তু পৰিচালকৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ৷ আমাৰ উদ্দেশ্য হৈছে নাগৰিকক সঠিক তথ্য প্রদান কৰা ৷