মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

QR Code সম্বলিত পাঠ্য়পুথি (Energized Textbook (ETB)

QR Code সম্বলিত পাঠ্য়পুথি (Energized Textbook (ETB)

 

    

 

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় (MHRD)  আৰু ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (NCTE), ভাৰত চৰকাৰৰ ডিজিটেল পদক্ষেপৰ  অংশ ৰ 

অধীনত অসমত পোণ প্ৰথমবাৰৰ বাবে অসম ৰাজ্য়িক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ(S.C.E.R.T)ৰ তত্বাৱধানত পৰীক্ষামুলক 

অসমীয়া, ইংৰাজী, বেংগলী, বড়ো আৰু হিন্দী মাধ্য়মৰ সৰ্বমুঠ 152 খন পাঠ্য়পুথি Energized Textbook (ETB) অথবা QR Code (Quick Response Code) সম্বলিত পাঠ্য়পুথি হিচাপে প্ৰস্তুত কৰা হৈছে ৷ পাঠ্যপুথি কেইখনত  বিভিন্ন প্ৰকাৰৰ eContent যেনে- অডিঅ', ভিডিঅ', পৰস্পৰে সংযোগ স্থাপন 

কৰিব interactive শ্ৰব্য-দৃশ্য Content পাঠ্যপুথিত মুদ্ৰিত কৰা QRCodeৰ লগত  সংযোগ স্থাপন কৰা হৈছে ৷ শিক্ষক, শিক্ষাৰ্থী আৰু 

অভিভাৱকে e-Content সমূহ মোৱাইল ফোনত থকা QR Code Scanner ৰ দ্বাৰা  Scan কৰি চাব পাৰিব ৷ Google play Storeৰ 

পৰা DIKSHA App অথবা আন QRCode Scanner কৰি সমূহ এটা এটাকৈ Scan কৰিলে আপোনালোকে পাঠ্যপুথিত মুদ্ৰিত হৈ থকা 

QR Codeৰ লগত সংযোজিত e Content সমূহ চাব পাৰিব ৷ সবিশেষ পাঠ্যপুথিত সন্নিবিষ্ট কৰা হৈছে ৷